আজিৰে পৰা কংগ্ৰেছে উলিয়াব ‘ধন্যবাদ যাত্ৰা’

39

উত্তৰ প্ৰদেশত আজিৰে পৰা কংগ্ৰেছে উলিয়াব ‘ধন্যবাদ যাত্ৰা’৷

১১জুনৰ পৰা ১৫জুনলৈ উলিয়াব এই ‘ধন্যবাদ যাত্ৰা’৷

৪০৩টা বিধানসভা সমষ্টিত ‘ধন্যবাদ যাত্ৰা’ উলিয়াব কংগ্ৰেছে৷

হাছানপুৰ বিধানসভা সমষ্টিৰ পৰা ধন্যবাদ যাত্ৰাৰ আৰম্ভণি৷