আজমলৰ ব্যক্তিক্ৰমী প্ৰয়াস

আজমলৰ ব্যক্তিক্ৰমী প্ৰয়াস, কেৱল বিধবাক সহায় আগবঢ়ালে আজমল ফাউণ্ডেচনে ।


প্ৰচণ্ড শীতৰ প্ৰকোপ ,হাঢ় কপোৱা জাৰত অসহায় লোক। অসহায় লোকৰ কাষত থিয় দিলে আজমল পৰিয়ালে

অসহায় লোকৰ মুখত হাঁহি বিৰিঙাইছে আজমল ফাউণ্ডেচনে

হোজাইৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো অসহায় লোকক সহায়ৰ হাত আগবঢ়ালে আজমল ফাউণ্ডেচনে, ৫০০ বিধবা মহিলালৈ আগবঢ়ালে উন্নত মানৰ কম্বল


হাঢ় কপোৱা জাৰত নিজৰ জীৱন অতিবাহিত কৰিবলৈ লৈছে অসহায় দুখীয়া সকলে

এনে সময়তে আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু মুখ্য ন্যাসৰক্ষী ছিৰাজুদ্দিন আজমলৰ নিৰ্দেশ মৰ্মে আৰু ডিৰেক্টৰ ড° খছৰুল ইছলামৰ তৎপৰতাত আজি হোজাইস্তিত থকা মৰিয়ম আজমল ওৱমেন্সে কলেজ অৱ চায়েন্স এণ্ড টেকনোলজিৰ চৌহদতে অসহায় ৫০০ বিধবা মহিলাক ঠাণ্ডা নিবাৰণৰ বাবে উন্নত মানৰ কম্বল বিতৰণ কৰে আজমল ফাউণ্ডেছনে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *