আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত আৰম্ভ নিৰ্বাচনী তৎপৰতা

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে নিৰ্বাচনী তৎপৰতা। ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব প্ৰথম পৰ্যায়ৰ EVM, VVPATৰ পৰীক্ষা। সম্পন্ন হ’ব ৫৫ হাজাৰ EVM পৰীক্ষা। প্ৰয়োজনত অনা হ’ব অতিৰিক্ত EVM । প্ৰক্ৰিয়াটোত নিয়োজিত হ’ব প্ৰায় ২০০গৰাকী ECIL অভিযন্তা। আমন্ত্ৰণ জনোৱা হ’ব ৰাজনৈতিক দলৰ প্ৰতিনিধিকো। নিৰ্বাচন আয়ুক্ত কাৰ্যালয়ৰ সূত্ৰই সদৰী কৰে এই কথা।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *