উত্তৰ-পূৱ আকৌ নকল সোণৰ বেহা By Dipshikha - July 20, 2024 39 FacebookTwitterPinterestWhatsApp লখিমপুৰৰ বঙালমৰাত আকৌ ওলাইছে নকল সোনৰ নাও ৷নকল সোণ বেপাৰী যদি ডালে ডালে,আৰক্ষী আকৌ পাতে পাতে।বঙালমৰা ২নং সোণাপুৰত আৰক্ষীৰ অভিযান।এখন বাহনত তালাচী চলাওঁতেই ওলাল ৰহস্যৰ উৎস।যোৱাৰাতি চাৰিখন নকল সোনৰ নাও সহ গ্ৰেপ্তাৰ তৈবুৰ ৰহমান নামৰ এটা সৰবৰাহকাৰীক। Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading...