অসমীয়া নববৰ্ষৰ লগতে আজি ৰঙালী বিহুৰ প্ৰথম দিন

অসমীয়া নববৰ্ষৰ লগতে আজি ৰঙালী বিহুৰ প্ৰথম দিন।আজি গৰু বিহু ।গৰু বিহুৰ দিনাই বকোৰ পাৰ্বতী পাহাৰত লোকে লোকাৰন্য হৈ পৰিল। মা পাৰ্বতীৰ আৰ্শীষ লবলৈ।অইন অইন বছৰেৰ দৰেও এইবাৰো গৰুবিহুৰ দিনা লোকেলকাৰন্য হৈ পৰিল দক্ষিন কামৰূপৰ বকোৰ ঐতিহ্য মণ্ডিত মা পাৰ্বতী পাহাৰ ৷মা পাৰ্বতীপাহাৰত আশীষ লবলৈ আহিল অগনন ভক্ত। অগনন ভক্তৰ সমাগমে ভৰি পৰিল মন্দিৰৰ চৌহদ৷ পাহৰৰ শিখৰত থকা মন্দিত মা পাৰ্বতীৰ আৰ্শিবীদ লোৱাৰ বাবে বহু দুৰ দৰনিৰ পৰা উপস্থিত হল বহু ভক্ত ৷ইফালে উক্ত ৰাস্তাটোত যাতায়তত তীব্ৰ যানযটৰ সৃষ্টি হয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *