ৰূপহীহাটৰ বাৰোৱাৰী পূজাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড।
গেছৰ চিলিণ্ডাৰৰ পৰা অগ্নি কাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে।ৰাইজৰ তৎপৰতাত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও প্ৰসাদ বনোৱা ৰান্দনী ঘৰ জুইত জাহ যায়।
এক ভয়ঙ্কৰ বিপদৰ পৰা কথমপী ৰক্ষা পৰে মধ্য অসমৰ ব্যৱসায়ীক প্ৰাণকেন্দ্ৰ ৰূপহীহাট বজাৰ।
বৃহত্তৰ ৰূপহীহাট অঞ্চলত নাই এখনো অগ্নি নিৰ্বাপক বাহিনীৰ ব্যৱস্থা।
ৰাইজৰ আহ্বান চৰকাৰ লৈ অতি সোনকালেই ৰূপহীত অগ্নি নিৰ্বাপক বাহিনীৰ ব্যৱস্থা কৰিব লাগে।