ৰূপহীহাটৰ ঔঅনাত ড্ৰাগছ সৰবৰাহকাৰী মহিলাক আটক।বৃহৎ সংখ্যাক ড্ৰাগছ ভৰ্তি কন্টেনাৰৰ সৈতে ৰাইজে আটক কৰে মহিলা গৰাকীক।ৰূপহীহাটত ড্ৰাগছ সৰবৰাহকাৰী ৰূপত মহিলা।আৰক্ষীয়ে কৰিব নোৱাৰা কাম কৰি দেখুৱালে ঔঅনাৰ ৰাইজে।ড্ৰাগছ বিক্ৰী কৰিব অহা মহিলাক হাতে লোটে কৰায়ত্ব কৰিলে ৰাইজে।ৰূপহীহাট আৰক্ষীয়ে কৰিব নোৱাৰা কামত লাগিল ৰাইজ ।ড্ৰাগছৰ ঘাটিলৈ ৰূপান্তৰ হৈছে ৰূপহীহাট।

