ৰূপহীহাটত গুলি চালনাৰ ঘটনা

দেওবাৰে নিশা ৰূপহীহাটত গুলি চালনাৰ ঘটনা।ৰূপহীহাটত ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলি।বৰতলত ড্ৰাগছ মাফিয়া ৰমিজুল ইছলামলৈ আৰক্ষীৰ গুলি।
দীৰ্ঘদিনৰ পৰা ড্ৰাগছ সৰবৰাহ কাৰ্যৰ সৈতে জড়িত আছিল ৰমিজুল।
ড্ৰাগছ মাফিয়া ৰমিজুলৰ ভৰিত লাগে আৰক্ষীৰ গুলি, ৰমিজুলৰ পৰা উদ্ধাৰ হয় ৭৫টা ড্ৰাগছ ভৰ্তি কন্টেনাৰ। গুলিবৃদ্ধ হোৱা ড্ৰাগছ মাফিয়া ৰমিজুল ইছলামৰ ঘৰ নাঙলদোৱাত।গুলিবৃদ্ধ ৰমিজুল ইছলাম তেজপুৰ টাইমচ হস্পিতালত চিকিৎসাধিন অৱস্থাত আছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *