মাহৰ প্ৰথমটো দিনটোতে ৰাজ্যবাসীৰ বাবে আহিল এক সুখবৰ।দাম কমিল ৰন্ধন গেছৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য।১৭১.৫০ টকাকৈ হ্ৰাস পাইছে প্ৰতিটো ১৯ কেজি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য।আজিৰে পৰা কার্যকৰী হ’ব এই নতুন নিৰীখ।আনহাতে ঘৰত ব্যৱহাৰ কৰা এলপিজিৰ মূল্য কোনো পৰিৱৰ্তন হোৱা নাই।
