ৰহাত চোৰাং সৰবৰাহকাৰীক আটক

ৰহাত অব্যাহত আছে পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ চোৰাং সৰবৰাহ।

ট্ৰাকসহ ৭টা ড্ৰামত থকা প্ৰায় ১৪০০ লিঃ পেট্ৰ’লজাত সামগ্ৰী জব্দ।

ৰহা আৰক্ষীৰ জালত ৩টাকৈ চোৰাং ব্যৱসায়ী।

মণিপুৰটোপৰ পৰা পুনৰ জব্দ পেট্ৰ’লিয়ামজাত সামগ্ৰীখিনি।

আটক বটদ্ৰৱাৰ বৰি বজাৰৰ তফিজুল ইছলাম, মণিপুৰটোপৰ ৰছিদুল হক আৰু মাৰফুল আলী।

অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *