২৮ টা সন্দেহজনক অবৈধ গৰু জব্দ বিজনী আৰক্ষীৰ।



বিজনীৰ মাজৰাৰীত অবৈধ ভাবে সৰবৰাহ কৰি থকা ২৮ টা সন্দেহজনক অবৈধ গৰু জব্দ বিজনী আৰক্ষীৰ।

চিৰাং জিলাৰ বিজনীত অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ।আজি পুৱাৰ ভাগত বিজনী আৰক্ষীৰ অভিযানত মাজৰাৰীত ২৮ সন্দেহজনক অবৈধ গৰু জব্দ কৰা হয়।বিজনীৰ উত্তৰাঞ্চল মঙ্গলিয়ানৰ পৰা বিজনী অভিমুখে লৈ অহা অৱস্থাত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় গৰু সমূহ। অৱশ্যে আৰক্ষীক দেখা মাত্ৰেই পলায়ন কৰিবলৈ সক্ষম হয় গৰু সৰবৰাহৰ সৈতে জড়িত লোক কেইজন।সম্প্ৰতি আৰক্ষীয়ে বিজনী থানাত ৰাখিছে গৰুসমূহ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *