১৭ দিনৰ অন্তত ভাল খবৰ অহাৰ সম্ভাৱনা৷ যিকোনো মুহূৰ্ততে উদ্ধাৰ হোৱাৰ সম্ভাৱনা উত্তৰকাশীত আবদ্ধ শ্ৰমিক৷ উত্তৰকাশীৰ সুৰংগত আবদ্ধ কোকৰাঝাৰৰ ৰাম প্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰী নামৰ দুগৰাকীকৈ শ্ৰমিক৷ অসমৰ শ্ৰমিক দুজনৰ স্থিতি প্ৰতিটো দিনাই নিৰীক্ষণ কৰাৰ লগতে পৰিয়ালৰ সৈতেও মত-বিনিময় কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
