হাইলাকান্দিত ভয়ংকৰ ঘটনা

হাইলাকান্দিত ভয়ংকৰ ঘটনা ।
বৈদ্যুতিক লাইনত লাগি এজন যুবকৰ মৃত্যু হোৱাৰ লগে ভয়ংকৰ জুই লাগি এটা গৰু আৰু দোকান ঘৰ ধ্বংস হৈ যায়।
পোৱা 6 বজাত জিলাখনৰ গাগলাছৰা চা বাগিচাত ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।
মৃত যুবকৰ নাম ৰাজেশ কাহাৰ আৰু 30 বছৰীয়া । 11 হাজাৰ ভল্টেজৰ বৈদ্যুতিক লাইন চিঙি ৰাস্তাত থকাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি অভিযোগ ।
ঘটনাৰ পিছত ৰাজপথত মৃতদেহ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুদ্ধ ৰাইজে ।
বিদ্যুত বিভাগৰ এই কাণ্ডক লৈ জিলা জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু এতিয়াও পৰিস্থিতি উত্তপ্ত ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *