হাইলাকান্দিত বাল্যবিৱাহৰ বিৰুদ্ধে জোৰদাৰ অভিযান আৰক্ষীৰ

হাইলাকান্দিত বাল্যবিৱাহৰ বিৰুদ্ধে জোৰদাৰ অভিযান আৰক্ষীৰ। একেটা দিনতেই গ্ৰেপ্তাৰ কৰা হৈছে ১৫গৰাকী কাজী। জিলাখনৰ বিভিন্ন এলেকাত পৃথকে পৃথকে চলিছিল অভিযান। বাল্যবিৱাহত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ ১৫ গৰাকী কাজী। সম্প্ৰতি সোধা-পোছা অব্যাহত কাজীসকলক।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *