সোণাৰিৰ নাফুকত পথ দুৰ্ঘটনা

সোণাৰিৰ নাফুকত পথ দুৰ্ঘটনা। বাইকত খুন্দা তীব্ৰবেগী বলেৰ’ পিকআপ ভানৰ। দুৰ্ঘটনাত মৃত্যু বৰবিহুৱা ফিৰোজ কোঁৱৰৰ। দুৰ্ঘটনাৰ পাছতে পলায়ন বলেৰ’ পিকআপ ভানৰ। চৰাইদেউৰ বাবে সম্পদ ফিৰোজ কোঁৱৰ। সৰুসজাইৰ বিহু ৰেকৰ্ড অনুষ্ঠানৰো আঁৰৰ এজন মূল মানুহ আছিল ফিৰোজ কোঁৱৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *