এতিয়া সুৰাপায়ী সকলে চলাইছে ৰাজ্য।ৰাজ্যৰ আশা ভৰসাৰ সম্বল হৈ পৰিছে সুৰাপায়ী।সুৰা অবিহনে যেন এতিয়া ৰাজ্য নচলে।সুৰা অবিহনে ৰাজ্যৰ অৰ্থনীতি হৈ পৰিব শূণ্য।আবকাৰী ৰাজহ কুশাগাৰৰ মূল চালিকা শক্তি হয় পৰিছে সুৰাপায়ীসকল।ৰাজ্যৰ অৰ্থনীতিত ১৬ হাজাৰ কোটি টকা অৱদান আগবঢ়াইছে সুৰাপায়ীয়ে।

