সাধৰণ জনতাক এক সকাহ

সাধৰণ জনতাক এক সকাহ৷হ্ৰাস পালে LPG চিলিণ্ডাৰৰ দাম৷ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত ৩৯.৫০ টকাকৈ হ্ৰাস৷ দিল্লীত ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য বৰ্তমান ১,৭৫৭ টকা, আনহাতে কলকাতাত ১,৮৬৮ টকা৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *