সাধাৰণ বাজেট দাখিল কৰাৰ পাছতে বাজেটকলৈ অসন্তুষ্টি প্ৰকাশ

71

মোদী 3.0ৰ প্ৰথমখন সাধাৰণ বাজেট দাখিল কৰাৰ পাছতে বাজেটকলৈ অসন্তুষ্টি প্ৰকাশ।

নিটি আয়োগৰ বৈঠকত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত দেশৰ ৪ গৰাকী কংগ্ৰেছী মুখ্যমন্ত্ৰীৰ।

নিটি আয়োগৰ বৈঠকত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়া, তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ।