সদৌ অসম ছাত্ৰ সন্থা ভাৰপ্ৰাপ্ত সভাপতি পদ গ্ৰহণ কৰাৰ পিছতে মৰিগাঁও গৃহজিলাত উপস্থিত হয় উৎপল শৰ্মা

সদৌ অসম ছাত্ৰ সন্থা ভাৰপ্ৰাপ্ত সভাপতি পদ গ্ৰহণ কৰাৰ পিছতে মৰিগাঁও গৃহজিলাত উপস্থিত হয় উৎপল শৰ্মা ।সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা ডাঙৰীয়ালৈ উস্ম আদৰণি আৰু ৰাজহুৱা সম্বৰ্দ্ধনা। গৃহজিলা মৰিগাঁৱত উপস্থিত হোৱাৰ লগে-লগেই উষ্ম আদৰণি সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাক।
মৰিগাঁৱত সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাক জনালে বিপুল ভাৱে সম্বৰ্দ্ধনা ।
জিলা খনৰ জাগীৰোডৰ পৰা মটৰ চাইকেল, কাৰ ৰেলীৰ জৰিয়তে উষ্ম আদৰণি জনায় জিলা ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ লগতে মৰিগাঁও জিলাবাসীয়ে।
মৰিগাঁও জিলা আছুৰ কাৰ্যালয়ত উপস্থিত হৈয়েই শ্বহীদ বেদীত আঠু কাঢ়ি নিবেদন কৰিলে শ্ৰদ্ধাঞ্জলি।
মৰিগাঁও জিলা আছুৰ কাৰ্যালয়ত ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠানত বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াই জনালে সম্বৰ্দ্ধনা।
মঞ্চৰ পৰা নামি আহি জ্যেষ্ঠ শিক্ষাগুৰু পুনাৰাম নাথক উৎপল শৰ্মাই জনালে সেৱা।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *