শিৱসাগৰ সদৰ থানা ভিতৰতে এগৰাকী মহিলাক যৌন নিৰ্যাতন এজন পুলিচ বিষয়াই।

শিৱসাগৰত নিৰ্লজ্জ কাণ্ড।শিৱসাগৰ সদৰ থানা ভিতৰতে এগৰাকী মহিলাক যৌন নিৰ্যাতন এজন পুলিচ বিষয়াই।


শিৱসাগৰ সদৰ থানাৰ উপ-পৰিদৰ্শকৰ বিৰোদ্ধে যুৱতীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন

উপ-পৰিদৰ্শক ৰিপজ্যোতি দলেৰ বিৰোদ্ধে ধৰ্ষণৰ অভিযোগ যুৱতীৰ । থানাৰ ভিতৰতে উপ-পৰিদৰ্শক গৰাকীয়ে যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল যুৱতী গৰাকীক।

শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল যুৱতীৰ

এজাহাৰৰ ভিত্তিত ৪৩৫/২২ নম্বৰত IPC ৩৫৪/৩৫৪ (এ) ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ উপ-পৰিদৰ্শক দলেক।

ন্যায়িক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰাৰ পাছত কাৰাগাৰলৈ প্ৰেৰণ উপ-পৰিদৰ্শকগৰাকীক।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *