লংকা আৰক্ষীৰ বৃহৎ সফলতা

লংকাৰ কাকীত ড্ৰাগছসহ আটক এজন সৰবৰাহকাৰীক। সৰবৰাহকাৰীটোৰ নাম দিলু মজুমদাৰ বুলি জানিব পৰা গৈছে। কাকী আৰক্ষীয়ে নিশা ১নং কাকীৰ এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ভাৰাঘৰত অভিযান চলাই আটক কৰে দিলু মজুমদাৰক। ধৃত দিলু মজুমদাৰৰ ঘৰ লামডিঙত।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *