লংকাৰ পূব উদালীত ভয়ংকৰ পথ দুৰ্ঘটনা

লংকাৰ পূব উদালীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।

AS31B8534 নম্বৰৰ দুচকীয়া বাহন আৰু AS02J8156 নম্বৰৰ চাৰিচকীয়া বাহনৰ মাজত মুখামুখি হৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।

আনহাতে চাৰিচকীয়া বাহন খনে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত কৰি গাড়ীৰ চালক জন গঠন স্থানীৰ পৰা পলায়ন কৰে ।

আনহাতে দুচকীয়া বাহন খনৰ চালক আশ্ৰাফুল হুছেইন অতি সংকট জনক অৱস্থাত স্থানীয় ৰাইজৰ সহযোগত চিকিৎসা লৈ প্ৰৰণ কৰা হয় ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *