যোৰহাটৰ ভাইৰেল যুৱক সীমান্ত বৰাৰ দুৰ্দান্ত অভিনয়।

নিজৰ অভিনয়েৰে হাজাৰজন মানুহৰ মন জয় কৰিবলৈ সক্ষম হোৱা যোৰহাটৰ ভাইৰেল যুৱক সীমান্ত বৰাৰ দুৰ্দান্ত অভিনয়।

নাৰায়্ণপুৰৰ জামুগুৰিত আয়োজন কৰা ৰাস মহোৎসৱৰ ভাওনাত ভাও প্ৰদৰ্শন কৰি মণমুগ্ধ কৰিলে হাজাৰজন দৰ্শকৰ।

এক নিশাৰ ভিতৰতে এটা ভিডিঅ’ৰ যোগেদি সমগ্ৰ ৰাজ্যবাসীৰ মন জিনিবলৈ সক্ষম হোৱা সীমান্ত (চিমু) ক এপলক চাবলৈ জামুগুৰি নামঘৰত ভিৰ কৰিলেহি হাজাৰগৰাকী দৰ্শকে।

নিজৰ চকুৰে এপলক চাবলৈ আৰু এখন ফটো মাৰিবলৈ হেতা-ওপৰা লগালে বহুজনে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *