যাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে নাওঁ চালকে । লাহৰীঘাটৰ কাঠনি ঘাটত সংঘটিত হৈছে এনে অনিয়ম । ব্ৰক্ষ্মপুত্ৰ নদী পাৰা পাৰ কৰা একাংশ যন্ত্ৰ চালিত নাওঁ অনুঞ্গাপত্ৰ বিহীন ভাৱে দীৰ্ঘদিন ধৰি চলি অহাৰ অভিযোগ উথাপিত হৈছে । সংশিষ্ট বিভাগক স্থানীয় লোকে অভিযোগ দিয়াৰ পাছতো ৰহস্যজনক ভাৱে কোনো ব্যাৱস্থা গ্ৰহন কৰা নাই । প্ৰশ্ন হয় পাৰ ঘাট কোনো ধৰনৰ ডাকত নিদি কাৰ আশিৰ্বাদত এনেদৰে ব্ৰক্ষ্মপুত্ৰৰ মাজেদি নাওঁৰ যাতায়ত অব্যাহত ৰাখিছে ।এইক্ষেত্ৰত মৰিগাওঁ জিলা প্ৰশাসনে কি ব্যাৱস্থা গ্ৰহন কৰে সেয়া বহ লক্ষ্যনীয় ?
