মোবাইল বিস্ফোৰণ হৈ মৃত্যু কমাণ্ডোৰ

57

মোবাইল বিস্ফোৰণ হৈ কমাণ্ডোৰ মৃত্যু। মৃত কমাণ্ডোগৰাকী অমৰজ্যোতি টাইড। হাইলাকান্দিত কৰ্মৰত আছিল আছিল অমৰজ্যোতি টাইড। নিশা মোবাইল চার্জত লগাই কথা পাতি থাকোতেই বিস্ফোৰণ ঘটে মোবাইলটো। ডেৰ বছৰ পূৰ্বে চাকৰিত যোগদান কৰিছিল অমৰজ্যোতি টাইডে। মৃত অমৰজ্যোতি টাইডৰ ঘৰ শিৱসাগৰৰ ডিমৌ লাইবিলত।