মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মৃত্যুৰ ভাবুকি

হিমন্ত বিশ্ব শৰ্মাক মৃত্যুৰ ভাবুকি।মুখ্যমন্ত্ৰী ড০ শৰ্মাক ‘শিখ ফৰ জাষ্টিচ’নামৰ সংগঠনটোৱে ভাবুকি দিয়ে। অসমৰ সাংবাদিকলৈ এই ফোন কলৰ ৰেকৰ্ডিং প্ৰেৰণ কৰি ভাবুকি দিয়ে। খালিস্তান সন্দৰ্ভত মাত নিদিবলৈ ড০ শৰ্মাক সকীয়নি দি ভাবুকি দিয়ে খালিস্তানী সমৰ্থিত সংগঠনটোৱে। ইতিমধ্যে অডিঅ’ বাৰ্তাৰ সত্যাসত্য নিৰূপণৰ বাবে কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে এই বাৰ্তা।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *