মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত লাভলীনা বৰগোঁহাইৰ জয়লাভ

নতুন দিল্লীত অনুষ্ঠিত হোৱা আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অসম কন্যা লাভলীনা বৰগোহাঁইৰ জয়লাভ। ৭৫ কিলোগ্ৰাম শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত মেক্সিকোৰ ভানেছা অৰ্টিজক পৰাস্ত কৰে অসম কন্যা গৰাকীয়ে।

অসম কন্যা লাভলীনাই বিপক্ষ অৰ্টিজক ৫-০ত পৰাস্ত কৰি প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। এই মেচখনত তেওঁ বিপক্ষ বক্সাৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *