মহানগৰীৰ গড়চুকত ভূ-মাফিয়ালৈ আৰক্ষীৰ গুলী

মহানগৰীৰ গড়চুকত ভূ-মাফিয়ালৈ আৰক্ষীৰ গুলী। আৰক্ষীৰ গুলীত গুলীবিদ্ধ দালাল ৰমেন মদাহী। ক্ৰাইম ব্ৰান্স আৰু বশিষ্ঠ আৰক্ষীৰ যুটীয়া অভিযানত গুলীবিদ্ধ দালালটো। অভিযানৰ সময়ত পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীৰ গুলীচালনা। গড়চুক লালুংগাঁৱত সংঘটিত হৈছে এই ঘটনা। গুলীবিদ্ধ ৰমেন মহাদীক GMCHত ভৰ্তি কৰোৱা হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *