মহানগৰীৰ এখন ব্যতিক্ৰমী পূজা মণ্ডপ

মহানগৰীৰ ছাত্ৰীবাৰীৰ এখন ব্যতিক্ৰমী পূজা মণ্ডপ৷ নতুন প্ৰজন্মক আকৰ্ষণ কৰিবলৈ দেখুওৱা হৈছে কিছু পুৰণি সামগ্ৰী৷ গ্ৰামোফোন, পুৰণি টেলিভিচনৰ পৰা আৰম্ভ কৰি বেৰসমূহত ৮০-৯০ দশকৰ গীতিকাৰৰ ছবি খোদিত কৰা হৈছে৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *