মহাকাশত ৰাছিয়াৰ এটা নিৰীক্ষণ উপগ্ৰহ অকস্মাতে ভাগি টুকুৰা-টুকুৰ

55

মহাকাশত ৰাছিয়াৰ এটা নিৰীক্ষণ উপগ্ৰহ অকাস্মাতে ভাগি টুকুৰা-টুকুৰ হোৱাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। উপগ্ৰহটোৰ নাম হৈছে ৰেছাৰ্ছ পি- ১।উল্লেখযোগ্য যে ২০২২চনতে ৰাছিয়াই উক্ত উপগ্ৰহটোক মৃত বুলি ঘোষণা কৰিছিল। এই উপগ্ৰহটো এদিন পূৰ্বে মহাকাশত ভাগি টুকুৰা-টুকুৰ হৈ চাৰিওফালে সিঁচৰিত হৈ পৰে।