ভুৱা পিষ্টল লৈ সন্ত্ৰাস সৃষ্টি কৰা নগাঁৱৰ জয়ন্ত শইকীয়া নামৰ লোকজনক আটক

নিজকে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক বুলি পৰিচয় চিনাকি দি ছিপাঝাৰত এম জি এনৰেগা আচনিৰ পুৰনি ফলকত কাগজ আৰি কৰিশ্মা নাথৰ ঘৰলৈ যোৱা পথ পকীকৰনৰ শুভাৰম্ভ কৰা প্ৰবঞ্চক জয়ন্ত শইকীয়াক আটক।ৰাজপথত ভুৱা পিষ্টল লৈ সন্ত্ৰাস সৃষ্টি কৰা নগাঁৱৰ জয়ন্ত শইকীয়া নামৰ লোকজনক আজি ছিপাঝাৰৰ লাউজানত ৰাইজে আটক কৰি আৰক্ষীক চমজাই দিয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *