ভাৰত চৰকাৰৰ ডিব্ৰুগড় আঞ্চলিক শ্ৰমায়ুক্ত কাৰ্যলয়ত প্ৰতিবাদ

ভাৰত চৰকাৰৰ ডিব্ৰুগড় আঞ্চলিক শ্ৰমায়ুক্ত কাৰ্যলয়ত প্ৰতিবাদ।বিচি পি এলৰ অধীনত কাম কৰা ঠিকাভিত্তি কৰ্মচাৰী ইউনিয়নৰ এই প্ৰতিবাদ।
২০২১ চনৰ অনাদায় হৈ থকা বকেয়া ধন তথা কেইবাটাও গুৰুত্বপূৰ্ণ দাবী লৈ এই প্ৰতিবাদ সাব্যস্ত কৰে ইউনিয়নৰ কৰ্মচাৰীসকলে ।ইয়াৰ পিছতেই কেন্দ্ৰীয় চৰকাৰৰ আঞ্চলিক শ্ৰম‌আয়ুক্ত কাৰ্যলয়ত দ্বি – পাক্ষিক বৈঠক অনুষ্ঠিত কৰা হয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *