ডুবাইস্থিত ভাৰতীয় চালকৰ ভাগ্যত ৩৩ কোটি টকাৰ জেকপট
ভাৰতীয় মূলৰ গাড়ী চালক অজয় অগুলাই ডুবাইত এমিৰেটছ ড্ৰ’ত ৩৩ কোটি টকাৰ লটাৰী জয় লাভ কৰিছিল।লটাৰী লাভ কৰি আনন্দ প্ৰকাশ কৰে যুৱক জনে।