ব্যৱসায়ীক ধন দাবী কৰি গ্ৰেপ্তাৰ এজন

50

ব্যৱসায়ীক ধন দাবী কৰি গ্ৰেপ্তাৰ এজন৷

মহানগৰীৰ লখিমীনগৰৰ পৰা গ্ৰেপ্তাৰ নিপন দাসক৷

দীৰ্ঘদিনে ব্লেকমেইলিঙেৰে ধন দাবী কৰি অহাৰ অভিযোগ৷

কয়লা ব্যৱসায়ী পৰী কলিতাৰ লগত বহুদিন গাড়ীচালক হিচাপে আছিল নিপন দাস৷