বুঢ়াচাপৰিৰ বাঘাটাপুত উত্তপ্ত পৰিস্থিতি। আৰক্ষী ,অৰ্ধ সামৰিক বাহিনীৰ লাঠি চাৰ্জ। বিদ্যালয় বন্ধ কৰি বন শিবিৰ বনোৱাত বাধা প্ৰদান উচ্ছেদিতা ৰাইজৰ।প্ৰথমে উচ্ছেদিতাক সংস্হাপন দিয়াৰ দাবী।বুঢ়াচাপৰিৰ বাঘাটাপু এল পি স্কুলত বন শিবিৰৰ বিৰুধীতাৰে ওলাই আহিল শ শ ৰাইজ।উত্তেজিত ৰাইজক ছত্ৰ ভংগ দিবলৈ আৰক্ষীৰ লাঠিচালনা।
এতিয়াও উত্তেজনা অব্যাহত আছে বাঘাটাপুত
