বিহালীৰ জিনজিয়া আৰক্ষী থানাৰ সন্মুখত বাল্যবিবাহত জড়িত লোক সকলক মুক্তিৰ দাবীত আৰক্ষী থানাৰ পথ বন্ধ কৰিলে মহিলাই।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই প্ৰতিবাদ।মাজুলীত গ্ৰেপ্তাৰ কৰি এৰি দিব পাৰিছে যদি জিনজিয়াত কিয় নোৱাৰে বুলিও মহিলা সকলৰ প্ৰশ্ন আৰক্ষীলৈ।
