বিশ্বনাথ জিলা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ প্ৰতিকৃতি দাহ

বিশ্বনাথ জিলা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ প্ৰতিকৃতি দাহ ৷মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত পৰীক্ষা বাতিল কৰাক কেন্দ্ৰ কৰি বিশ্বনাথত আজিও চলি আছে প্ৰতিবাদ ৷ বিশ্বনাথত প্ৰতিবাদ কৰিবলৈ ওলাই অহিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতি ৷ আৰক্ষীৰ বাধা নেওচি দাহ কৰিলে শিক্ষামন্ত্ৰী ৰনোজ পেগু আৰু ছেবাৰ অধক্ষ্যৰ ৰমেশ চন্দ্ৰ জৈনৰ প্ৰতিমুৰ্তি ৷ৰণোজ পেগুৰ দৰে দায়িত্ব জ্ঞানহীন মন্ত্ৰীৰ পদত্যাগৰ দাবী ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *