বিলাসীপাৰাৰ বান্ধৱপাৰাত শোকাৱহ ঘটনা ।
ৰেল লাইনৰ পথৰ ওপৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ ।
ক্ষত বিক্ষত পুৰুষৰ মৃতদেহটো ৰেলে কটাৰ সন্দেহ স্থানীয় ৰাইজৰ
ঘটনাস্থলীত স্থানীয় আৰক্ষীৰ দল উপস্থিত হৈ
মৃতদেহটো উদ্ধাৰ কৰে ।পিছত মৰোনোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো ধুবুৰী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰে ।
মুৰত আঘাত প্ৰাপ্ত অচিনাক্ত মৃত লোক জনক ৰেলে কাটিলে নে কোনো দুষ্ট চক্ৰই হত্যা কৰি তাত পেলাই থৈছে সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব ।
