‘বিদ্যুতৰ বিল বঢ়া নাই’ – মুখ্যমন্ত্ৰীয়ে

ৰাজ্যত মূল্য বৃদ্ধিয়ে সাধাৰণ মানুহৰ মূৰত মাধমাৰ মাৰিছে।তেনে সময়তে’বিদ্যুতৰ বিল বঢ়া নাই বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। ব্যৱহাৰ বেছি হোৱা বাবে বিদ্যুতৰ বিল বেছি আহিছে। এতিয়া গৰম বহুত পৰিছে, ব্যৱহাৰ বেছি হৈছে বাবে বিদ্যুৎ কৰ্তন হৈছে। ৩-৪টা AC ব্যৱহাৰ কৰিলে বিল বেছি আহিবই।’ বিদ্যুতৰ বিল বৃদ্ধিক লৈ এনেধৰণৰ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *