বিত্তীয় প্ৰৱঞ্চনাৰ বিৰুদ্ধে দলগাঁৱৰ ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ভূক্ত ভূগীয়ে ।বিজেপি চৰকাৰৰ সহযোগত এল আই চি, ষ্টেট বেংকৰ সাধাৰণ গ্ৰাহকৰ ধন লুট, বিত্তীয় প্ৰৱঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
দলগাঁৱৰ বেছিমাৰী ব্লক কংগ্ৰেছেৰ উদ্যোগত বৃক্তীয় প্ৰৱঞ্চনাৰ বিৰুদ্ধে দলগাঁৱত থকা ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীয়ে । নৰেন্দ্ৰ মোডী মূর্দাবাদ গুজৰাট চৰকাৰ মূর্দাবাদ দিলে কংগ্ৰেছ কৰ্মীয়ে । দৰং জিলাৰ দলগাঁৱৰ বেছিমাৰী ব্লক কংগ্ৰেছেৰ উদ্যোগত বৃক্তীয় প্ৰৱঞ্চনাৰ বিৰুদ্ধে দলগাঁৱত থকা ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীয়ে । বিজেপি চৰকাৰৰ সহযোগত এল আই চি, ষ্টেট বেংকৰ সাধাৰণ গ্ৰাহকৰ ধন লুট বিত্তীয় প্ৰৱঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। আচ্ছে দিন’, ‘সব কা সাথ সব কা বিকাশ’ৰ শ্ল’গান দিয়া প্রধানমন্ত্রী মোদীৰ পৃষ্ঠপোষকতাত ‘বন্ধু’ আদানীৰ দপদপনি কোটি কোটি জনতাৰ কষ্টোপার্জিত ধন আত্মসাৎ আদানীৰ উচ্চ পৰ্যায়ৰ তদন্ত লাগে সাধাৰণ জনতাৰ সঞ্চিত ধনৰ নিৰাপত্তা লাগে বুলি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে।
