বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। আটক তিনি কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। বটদ্ৰৱাৰ কদমনি আৰু ভোমোৰাগুৰি শান্তিজান পাৰত পৃথকে পৃথকে চলোৱা এই ড্ৰাগছ বিৰোধী অভিযানত জব্দ হয় ১৭. ৮৬ গ্ৰাম ড্ৰাগছৰ লগতে নগদ ধন।আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী তিনিটা ক্ৰমে বটদ্ৰৱা ভোমোৰাগুৰি শান্তিজান পাৰৰ লালচান্দ , কদমনিৰ হিবজুৰ ৰহমান আৰু ফইজুল হক ড্ৰাগছ সৰবৰাহকাৰী তিনিটাৰ পৰা জব্দ কৰে AS 21- G 8388) আৰু দুটাকৈ মবাইল হেন্দছেট আৰক্ষীয়ে জব্দ কৰে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *