বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান



বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ।
আটক ড্ৰাগছসহ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী।
বটদ্ৰৱা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ধূপগুৰিৰ পৰা আটক কৰে ড্ৰাগছ ব্যৱসায়ীটোক।
বটদ্ৰৱা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সম্প্ৰীতি হাজৰিকাৰ নেতৃত্বত ধিং থানাৰ অন্তৰ্গত ধূপগুৰিত চলাইছিল অভিযান।অভিযানত ধূপগুৰিৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আশ্বিকুল ইছলামক আটক কৰিবলৈ সক্ষম হয়।
ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা ৪গ্ৰাম ড্ৰাগছৰ লগতে নগদ ধন,মবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ইতিমধ্যে কুখ্যাত ড্ৰাগছ ব্যৱসায়ীটোক বটদ্ৰৱা আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *