বজালীৰ ৩১ নং ঘাইপথৰ ধুমাৰকুৰত ভয়ংকৰ পথ দুৰ্ঘটনা



বজালীৰ ৩১ নং ঘাইপথৰ ধুমাৰকুৰত ভয়ংকৰ
পথ দুৰ্ঘটনা সংঘটিত হয়।

যাত্ৰীবাহী AS 25BC 0589 নাম্বাৰ বাছ খনে মহতিয়াই নিয়ে বাইক আৰোহীক।

আহত বাইক আৰোহী গৰাকীৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই ।

আৰু ঘটনা সংঘটিত কৰি বাছ চালকৰজন ইতিমধ্যে পলায়ন কৰে।

সংকটজনক অবস্থাত বাইক আৰোহী গৰাকীক পাঠশালা মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।

ঘটনাস্থলীত উপস্থিত হয় ভৱানীপুৰ আৰক্ষী ।আৰু তদন্ত অব্যাহত ৰাখিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *