বঙাইগাঁৱৰ চৌৰাগুৰীত বন বিভাগৰ অভিযানত জব্দ অবৈধ কাঠ ভৰ্তি বলে’ৰ পিক আপ গাড়ী।



বঙাইগাঁৱৰ চৌৰাগুৰীত বন বিভাগৰ অভিযানত জব্দ অবৈধ কাঠ ভৰ্তি বলে’ৰ পিক আপ গাড়ী। AS 19C 8993 গাড়ীখনেৰে বৰপেটা অভিমুখে গৈ থকা অৱস্থাত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চৌৰাগুৰীত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ছিধা কাঠ।জব্দকৃত কাঠ সমূহৰ মূল্য প্ৰায় ১ লাখ টকা বুলি জানিব দিয়ে বন বিভাগে। চিৰাং জিলা বন সংমণ্ডল বিষয়াৰ গোপন খবৰৰ ভিত্তিত বিজনীৰ বন বিভাগে গাড়ীসহ কাঠ সমূহ জব্দ কৰি বিজনী বন বিভাগৰ ডিপত কাৰ্যালয়ত লৈ আহে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *