ফাৰ্মাচী এখনত অচিনাক্ত যুৱকে পেট্ৰল ঢালি জ্বলাই দিয়াৰ চেষ্টা

মঙ্গলদৈৰ 2 নং ওৱাৰ্ডৰ ৰয়েল মেডিৱেল নামৰ ফাৰ্মাচী এখনত নিশা কোনো অচিনাক্ত যুৱকে পেট্ৰল ঢালি জ্বলাই দিয়াৰ চেষ্টা।
হেলমেড পৰিধান কৰা যুৱক জনৰ সমগ্ৰ দৃশ্য চি চি কেমেৰাত আৱদ্ধ হৈছে।
ইতিমধ্যে সমগ্ৰ ঘটনা মঙ্গলদৈ সদৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *