প্ৰথমে ব্যক্তিগত ফটো সামাজিৰ মাধ্যমত প্ৰচাৰৰ ভাবুকি, তাৰ পাছত মহিলা সংগীক হত্যা যুৱকৰ। নৱী মুম্বাইত সংঘটিত হৈছে এই ঘটনা। ইতিমধ্যে ছোহেব কালাম শ্বেখ নামৰ ২৪ বছৰীয়া অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মুম্বাইৰ এখন ল’জত উদ্ধাৰ কৰা হৈছে মহিলাগৰাকীৰ মৃতদেহ।
