পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা

38

দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা৷

ৰৈ থকা ট্ৰাকত খুন্দা এখন তীব্ৰবেগী বলেৰ’ পিকআপ ভানৰ৷

দুৰ্ঘটনাত থিতাতে নিহত হেণ্ডিমেন বাবুল আলী৷

চালক নুৰ আলীক দেৰগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি৷