পাঠশালাত শিক্ষামন্ত্ৰী ড° ৰণোজ পেগু উপস্থিত হয়



পাঠশালাত শিক্ষামন্ত্ৰী ড° ৰণোজ পেগু উপস্থিত হয়।

পাৰস্পৰিক বদলি বিচাৰি আহি শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰা শিক্ষয়ত্ৰীক ধমক দিয়ে শিক্ষামন্ত্ৰী গৰাকীয়ে।

বদলিৰ বাবে বাৰে বাৰে অনুৰোধ কৰি শিক্ষামন্ত্ৰীক কৰিছিল আবেদন কিন্তু তাৰ পিছতো শিক্ষামন্ত্ৰী গৰাকীয়ে ধমক দিয়া পৰিলক্ষিত হয়।

চাকৰি কৰা মন নহলে চাকৰি এৰাৰ আহ্বান কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।

আৰু মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ মতে নহয় এতিয়া কাম হব আইনৰ মতে হব বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।

জানিব পৰা মতে শিক্ষা মন্ত্ৰীৰ পৰা কোনো সহাঁৰি নাপাই আবেগিক হৈ পৰিছে তিনি গৰাকী শিক্ষয়িত্ৰীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *