পাটনা বিমানবন্দৰত বোমাতংক

56

পাটনা বিমানবন্দৰত বোমাতংক!

জয়প্ৰকাশ নাৰায়ণ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি।

মেইলযোগে ভাবুকি দুৰ্বৃত্তৰ।

ভাবুকিভৰা মেইলৰ পাছতে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।