পাকিস্তানত ভয়ংকৰ ঘটনা

পাকিস্তানত ভয়ংকৰ ঘটনা সংঘটিত হৈছে।

পাকিস্তানৰ বেলুচিস্তানত সন্ত্ৰাসবাদী আক্ৰমণ।

৯গৰাকী বাছযাত্ৰীসহ ১১গৰাকী ব্যক্তিক গুলীয়াই হত্যা।

বৰ্তমানলৈকে কোনো সন্ত্ৰাসবাদী গোটে স্বীকাৰ কৰা নাই দায়িত্ব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *